Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
16 May 2026
গোলাঘাট, ১৬ মে (হি.স.)। গোলাঘাট জিলাৰ মৰঙি চাৰিআলিত কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু এখন টাটা এচিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন বাইক আৰোহী। এএছ ০৫ আৰ ৩২৫৯ নম্বৰৰ এখন বাইক আৰু এএছ ০৫ এচি ৪৯৮১ নম্বৰৰ এখন..
বাক্সা, ১৬ মে (হি.স.)। বাক্সাৰ ককিলাবাৰী কেন্দ্ৰীয় কৃষি পাম পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কৰে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীৰ নেতৃত্বত এটি বৃহৎ সজাতি দলে। বাক্সা জিলাৰ ককিলাবাৰী কেন্দ্ৰীয় কৃষি পাম খন পুনৰ কাৰ্যক্ষম কৰাৰ..
শিৱসাগৰ, ১৬ মে (হি.স.)। শিৱসাগৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্য্যসূচী। ইন্ধনজাত সামগ্ৰী পেট্ৰল আৰু ডিজেলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ প্ৰতিবাদত শাসকীয় বি জে পি চৰকাৰৰ ..
যোৰহাট, ১৬ মে (হি.স.)। মৰিয়নিৰ এখন ডেঞ্চ একাডেমীৰ শিক্ষকৰ কণমানি ছাত্ৰীক নিৰ্মম প্ৰহাৰ৷মৰিয়নি নগৰৰ মাজমজিয়াত অৱস্থিত আৰ এক্স ডেঞ্চ একাডেমীৰ প্ৰক্ষিক্ষক “চনু কুমাৰে” এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰা ৭ বছৰীয়া কণমানি ছাত্ৰীক সামান্য এটা কথাৰ বাবে ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha