কাছাৰ'ৰ জলালপুৰ ডকাইতি কাণ্ডৰ লগত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ
কাছাৰ'ৰ জলালপুৰ ডকাইতি কাণ্ডৰ লগত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে গুমৰা আৰক্ষীয়ে।
কাছাৰ'ৰ জলালপুৰ ডকাইতি কাণ্ডৰ লগত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ


কাছাৰ, ১৬ মে’ (হি.স.): কাছাৰ'ৰ জলালপুৰ ডকাইতি কাণ্ডৰ লগত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে গুমৰা আৰক্ষীয়ে ।জালালপুৰৰ ভৈৰৱপল্লীৰ অৱসৰপ্ৰাপ্ত শিক্ষক চন্দন চক্ৰৱৰ্তীৰ ঘৰত সংঘটিত ডকাইতি কাণ্ডৰ ৪৮ ঘণ্টাৰ ভিতৰতে তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে গুমৰা আৰক্ষীয়ে।

গুমৰা পিআইচিৰ ইনচার্জ প্ৰণৱ মিলি আৰু এছ আই কেনিলো ছেব ৰেংমাৰ বিশেষ অভিযানত যোৱা কালি শুকুৰবাৰে নিশা পশ্চিম কাটিগড়াৰ বিভিন্ন অঞ্চলৰ পৰা তিনিওজনক গ্ৰেপ্তাৰ কৰে । ধৃত তিনি জন হৈছে ক্ৰমে জ্যোতিষ দাস, আমতলাৰ ছবিৰ উদ্দিন আৰু শ্যামসুন্দৰ গৰ । বর্তমান ধৃত কেইজন আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande