পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত গৰু চোৰৰ সন্ত্ৰাস।
পশ্চিম কাৰ্বি আংল, ১৫ মে (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত গৰু চোৰৰ সন্ত্ৰাস। খেৰণি মাটিখোলা গাঁওৰ মুন্না চৌহানৰ ঘৰত সংঘটিত গৰু চোৰৰ ঘটনা। গৰু চোৰে মাজনিশা চুৰি কৰি নিয়ে দুটাকৈ গৰু। পুৱা গোহালিত গৰু নেদেখি মূৰে কঁপালে হাত দিব লগা হৈছে এতিয়া কৃষ
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত গৰু চোৰৰ সন্ত্ৰাস।


পশ্চিম কাৰ্বি আংল, ১৫ মে (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত গৰু চোৰৰ সন্ত্ৰাস। খেৰণি মাটিখোলা গাঁওৰ মুন্না চৌহানৰ ঘৰত সংঘটিত গৰু চোৰৰ ঘটনা।

গৰু চোৰে মাজনিশা চুৰি কৰি নিয়ে দুটাকৈ গৰু। পুৱা গোহালিত গৰু নেদেখি মূৰে কঁপালে হাত দিব লগা হৈছে এতিয়া কৃষক পৰিয়ালটোয়ে। গৰু চুৰিৰ ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে এই চুৰিৰ ঘটনাৰ তদন্ত চলায় আছে। অতি শীঘ্ৰে চোৰক কৰায়ত্ত কৰি গৰু দুটা উদ্ধাৰ কৰি দিব লাগে বুলিও ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande