হাজোত এনডিএ প্ৰাৰ্থীৰ বিজয় উৎসৱ পালন
হাজোত NDA প্ৰাৰ্থীৰ বিজয় উৎসৱ পালন।
হাজোত এনডিএ প্ৰাৰ্থীৰ বিজয় উৎসৱ পালন


কামৰূপ, ১৫ মে’ (হি.স.): কামৰূপ জিলাৰ হাজোত যোৱা কালি বৃহস্পতিবাৰে আবেলি এনডিএ প্ৰাৰ্থীৰ বিজয় উৎসৱ পালন কৰা হয়। অগপৰ নৱ নিৰ্বাচিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাস বিপুল আদৰণি জনায় সমষ্টি বাসী ৰাইজে । বিশাল বিজয় শোভাযাত্ৰাৰ জৰিয়তে আদৰণি বিধায়ক গৰাকীক ।

পুষ্পবৃষ্টিৰে হাজাৰ হাজাৰ লোকে জনালে আদৰণি । হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত অনুস্থিত হয় বিজয় উৎসৱ সভা । নৱ নিৰ্বাচিত বিধায়ক গৰাকীক বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানর ৰাজহুৱা সম্বৰ্ধনা।সম্বৰ্ধনা জনালে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পোৱামক্কা দৰগাহৰ খাদিমে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande