সুৰাৰ বাবেই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গল জেষ্ঠ ভাতৃৰ
ধেমাজি, ১৫ মে (হি.স.)। সুৰাৰ বাবেই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গল জেষ্ঠ ভাতৃৰ । এই ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমজিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত অভংপথাৰত ।বৃহস্পতিবাৰে নিশা সংঘটিত হয় হত্যাকাণ্ডটো।ভাতৃ ললিত গগৈ (দদৌ)য়ে হত্যা কৰিলে জেষ্ঠ ভাতৃ দিলীপ গগৈক ।হত্যা
সুৰাৰ বাবেই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গল জেষ্ঠ ভাতৃৰ


ধেমাজি, ১৫ মে (হি.স.)। সুৰাৰ বাবেই কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গল জেষ্ঠ ভাতৃৰ ।

এই ঘটনা সংঘটিত হৈছে সৰুপথাৰ সমজিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত অভংপথাৰত ।বৃহস্পতিবাৰে নিশা সংঘটিত হয় হত্যাকাণ্ডটো।ভাতৃ ললিত গগৈ (দদৌ)য়ে হত্যা কৰিলে জেষ্ঠ ভাতৃ দিলীপ গগৈক ।হত্যাকাৰী ললিতৰ বৰপথাৰ থানাত আত্মসমর্পণ ।সুৰাৰ বাবেই হত্যাকাণ্ড সংঘটিত হ'ল যদিও আবকাৰীৰ ভূমিকা পুতৌজনক ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande