চিৰাঙৰ বিজনীত পত্নী হন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ড
চিৰাঙ, ১৫ মে (হি.স.)। চিৰাঙৰ বিজনীত পত্নী হন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ড। বিজনীৰ উত্তৰ বল্লামগুৰীৰ পত্নী হন্তা বৃটিছ হাজঙক(৫৬) বিজনীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ আব্দুল কাদেৰৰ আদালতৰ ভাৰতীয় ন্য়ায় সংহিতাৰ ১০৩ ধাৰাৰ অধীনত
চিৰাঙৰ বিজনীত পত্নী হন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ড


চিৰাঙ, ১৫ মে (হি.স.)। চিৰাঙৰ বিজনীত পত্নী হন্তা স্বামীক যাৱজ্জীৱন কাৰাদণ্ড। বিজনীৰ উত্তৰ বল্লামগুৰীৰ পত্নী হন্তা বৃটিছ হাজঙক(৫৬) বিজনীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ আব্দুল কাদেৰৰ আদালতৰ ভাৰতীয় ন্য়ায় সংহিতাৰ ১০৩ ধাৰাৰ অধীনত এই ৰায়দান।

বিগত ২০২৫ বৰ্ষৰ ১৯ এপ্ৰিলত বৃটিছ হাজঙে দা'ৰে পত্নী বৈজন্তী হাজঙৰ শিৰচ্ছেদ কৰি চিন্ন মুণ্ডটো এখন মোনাত ভৰাই বল্লামগুৰী উপ-আৰক্ষী চকীত কৰিছিল আত্ম সমৰ্পন।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande