নগাঁৱত টাটা আই পি এল ফেন পাৰ্কৰ উদ্য়োগত ক্ৰিকেট অনুৰাগীয়ে বিশাল পৰ্দাত উপভোগ কৰিব পাৰিব ক্ৰিকেটৰ শ্বাসৰুদ্ধকাৰী মূহুৰ্ত
নগাঁৱ, ১৪ মে (হি.স.)। ক্ৰিকেট অনুৰাগীয়ে বিশাল পৰ্দাত উপভোগ কৰিব পাৰিব ক্ৰিকেটৰ শ্বাসৰুদ্ধকাৰী মূহুৰ্ত। নগাঁৱত টাটা আই পি এলৰ ফেন পাৰ্কৰ সংবাদমেল ।বি চি চি আইৰ বিষয়া অমিত সিদ্ধেশ্বৰৰ সংবাদমেল সম্বোধন। আই পি এলক অধিক আকৰ্ষণীয় আৰু উন্মাদনাপূৰ্ণ কৰা
নগাঁৱত টাটা আই পি এল ফেন পাৰ্কৰ উদ্য়োগত ক্ৰিকেট অনুৰাগীয়ে বিশাল পৰ্দাত উপভোগ কৰিব পাৰিব ক্ৰিকেটৰ শ্বাসৰুদ্ধকাৰী মূহুৰ্ত


নগাঁৱ, ১৪ মে (হি.স.)। ক্ৰিকেট অনুৰাগীয়ে বিশাল পৰ্দাত উপভোগ কৰিব পাৰিব ক্ৰিকেটৰ শ্বাসৰুদ্ধকাৰী মূহুৰ্ত। নগাঁৱত টাটা আই পি এলৰ ফেন পাৰ্কৰ সংবাদমেল ।বি চি চি আইৰ বিষয়া অমিত সিদ্ধেশ্বৰৰ সংবাদমেল সম্বোধন। আই পি এলক অধিক আকৰ্ষণীয় আৰু উন্মাদনাপূৰ্ণ কৰাৰ বাবেই এই প্ৰয়াস টাটা আই পি এলৰ ফেন পাৰ্কৰ।

নগাঁৱত ১৬ আৰু ১৭ মে'ত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত এই বিশাল আয়োজন ক্ৰিকেট অনুৰাগীৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা। ১৬ মে'ত সন্ধিয়া ৬.৩০ বজাৰ পৰা আৰু ১৭ মে'ত বিয়লি ২.৩০ বজাৰ পৰা বিশাল পৰ্দাত প্ৰদৰ্শিত হ'ব খেল।

নগাঁৱত সৰ্বমুঠ তিনিখনকৈ খেল প্ৰদৰ্শনৰ ব্যৱস্থা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande