নগাঁওৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আৰু দুজন ডকাইতক কৰায়ত্ত
নগাঁও, ১৪ মে (হি.স.)। নগাঁও চহৰৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আৰু দুজন ডকাইতক কৰায়ত্ত। হৰিশ শৰ্মা আৰু সতীশ শ্বাহ নামৰ দুজন ডকাইতক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। ডকাইতি কাণ্ডৰ সৈতে জড়িত সৰ্বমুঠ আঠ জন ডকাইত বৰ্তমান নগাঁও আৰক্ষী জিম্
নগাঁওৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আৰু দুজন ডকাইতক কৰায়ত্ত


নগাঁও, ১৪ মে (হি.স.)। নগাঁও চহৰৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত আৰু দুজন ডকাইতক কৰায়ত্ত। হৰিশ শৰ্মা আৰু সতীশ শ্বাহ নামৰ দুজন ডকাইতক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হয়।

ডকাইতি কাণ্ডৰ সৈতে জড়িত সৰ্বমুঠ আঠ জন ডকাইত বৰ্তমান নগাঁও আৰক্ষী জিম্মাত। এই দুজনে ডকাইতৰ দলটোক সহায় কৰিছিল। নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বৰ্তমান ডকাইতি কাণ্ড অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে।আৰক্ষী বিভাগে জনসাধাৰণক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে।নগাঁওৰ মৰিকলঙত চিকিৎসক দম্পত্তিৰ বাসগৃহত সংঘটিত ডকাইতি কাণ্ডত ইতি

মধ্য়ে চিকিৎসক পত্নীৰ মৃত্য়ু হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande