মূল্য বৃদ্ধি হোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উৎপাদিত গাখীৰৰ
গুৱাহাটী, ১৪ মে (হি.স.)। মূল্য বৃদ্ধি হোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উৎপাদিত গাখীৰৰ ৷ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পূৰৱী আৰু মাদাৰ ডেইৰিয়ে প্ৰতি লিটাৰ গাখীৰত ২ টকাকৈ বৃদ্ধি কৰিছে যদিও ইয়াৰ ব্যতিক্ৰম সীতাজখলা ৷ পশুখাদ্যৰ মুল্যবৃদ্ধি হৈছে য
মূল্য বৃদ্ধি হোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উৎপাদিত গাখীৰৰ


মূল্য বৃদ্ধি হোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উৎপাদিত গাখীৰৰ


গুৱাহাটী, ১৪ মে (হি.স.)। মূল্য বৃদ্ধি হোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ উৎপাদিত গাখীৰৰ ৷ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পূৰৱী আৰু মাদাৰ ডেইৰিয়ে প্ৰতি লিটাৰ গাখীৰত ২ টকাকৈ বৃদ্ধি কৰিছে যদিও ইয়াৰ ব্যতিক্ৰম সীতাজখলা ৷ পশুখাদ্যৰ মুল্যবৃদ্ধি হৈছে যদিও গাখীৰৰ মুল্যবৃদ্ধি নকৰাকৈয়ে গোপালক সকলক সীতাজখলাই দি আহিছে গাখীৰৰ প্ৰকৃত মুল্য ৷

গাখীৰৰ মুল্য সংযোজন কৰি মুল্যবৃদ্ধিৰ যোৰা মাৰিব সীতাজখলাই ৷ সেয়ে গাখীৰৰ মুল্যবৃদ্ধিৰ কোনো সিদ্ধান্ত লোৱা নাই সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে ৷ আনহাতে গাখীৰৰ মুল্যবৃদ্ধি কৰা পূৰৱী আৰু মাদাৰ ডেইৰিয়ে অসমৰ গো-পালকক প্ৰকৃত মুল্য প্ৰদান কৰিবলৈ আহ্বান সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাৰ ৷

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande