ঘগ্ৰাপাৰৰ ডকাইটি কাণ্ডত ব্যৱহৃত এটা পিষ্টল উদ্ধাৰ
নলবাৰী, ১৪ মে (হি.স.)। ঘগ্ৰাপাৰৰ ডকাইটি কাণ্ডত ব্যৱহৃত এটা পিষ্টল উদ্ধাৰ। স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটা পিষ্টল৷ বৰশী বাবলৈ অহা এগৰাকী লোকে পিষ্টলটো দেখি আৰক্ষীক গতাই দিয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পিটনিত উদ্ধাৰ ডকাইতি কাণ্ডত ব্যৱহৃত পিষ্টলটো৷ ইয়াৰ
ঘগ্ৰাপাৰৰ ডকাইটি কাণ্ডত ব্যৱহৃত এটা পিষ্টল উদ্ধাৰ


নলবাৰী, ১৪ মে (হি.স.)। ঘগ্ৰাপাৰৰ ডকাইটি কাণ্ডত ব্যৱহৃত এটা পিষ্টল উদ্ধাৰ। স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটা পিষ্টল৷

বৰশী বাবলৈ অহা এগৰাকী লোকে পিষ্টলটো দেখি আৰক্ষীক গতাই দিয়ে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পিটনিত উদ্ধাৰ ডকাইতি কাণ্ডত ব্যৱহৃত পিষ্টলটো৷

ইয়াৰ পিছতেই নলবাৰী জ্যেষ্ঠ আৰক্ষী অধীক্ষক সহ আৰক্ষীৰ বৃহৎ দলে পিষ্টল উদ্ধাৰ স্থলীত চলাইছে অভিযান৷ ডকাইতি কাণ্ড

ত ব্য়ৱহৃত আন কোনো সামগ্ৰী অঞ্চলটোত উদ্ধাৰ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অঞ্চলটোত চলাইছে অভিযান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande