
ধুবুৰী, ১৩ মে (হি.স.)। ধুবুৰীৰ আঠানী টিপকাই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ। পাটাকাটা দ্বিতীয় খণ্ডত টিপকাই নৈত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে।মৃতদেহটো নৈৰ সোঁতত ভাহি অহাৰ সন্দেহ ৰাইজৰ ।
তৎক্ষণাৎ বাবে ৰাইজে আটানি আৰক্ষী খবৰ দিয়ে বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত আঠানি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ