চৰাইদেউৰ মাহমৰাত অন্ধবিশ্বাস বিৰোধী দিৱস পালন
চৰাইদেউ, ১৩ মে (হি.স.)। চৰাইদেউৰ মাহমৰাত অন্ধবিশ্বাস বিৰোধী দিৱস পালন। মাহমৰাৰ কোৰোকাণি বৰগঞা প্ৰাথমিক বিদ্যালয়ত চৰাইদেউ জিলাৰ আয়ুক্ত ডঃ নেহা যাদৱৰ উপস্থিতিত সজাগতা সভা ৰূপায়ণ।অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জনকল্যাণ বিষয়া আৰু জিলা খনৰ বিভিন্ন বিষয়া
চৰাইদেউৰ মাহমৰাত অন্ধবিশ্বাস বিৰোধী দিৱস পালন


চৰাইদেউৰ মাহমৰাত অন্ধবিশ্বাস বিৰোধী দিৱস পালন


চৰাইদেউ, ১৩ মে (হি.স.)। চৰাইদেউৰ মাহমৰাত অন্ধবিশ্বাস বিৰোধী দিৱস পালন।

মাহমৰাৰ কোৰোকাণি বৰগঞা প্ৰাথমিক বিদ্যালয়ত চৰাইদেউ জিলাৰ আয়ুক্ত ডঃ নেহা যাদৱৰ উপস্থিতিত সজাগতা সভা ৰূপায়ণ।অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জনকল্যাণ বিষয়া আৰু জিলা খনৰ বিভিন্ন বিষয়া উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জন কল্যাণ বিভাগৰ ঘৰে ঘৰে চজিনা,ঘৰে ঘৰে পুষ্টি শীৰ্ষক অভিযানৰ শুভাৰম্ভ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande