ডবকাৰ মিকিৰআটীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক
হোজাই, ১৩ মে (হি.স.)। ডবকাৰ মিকিৰআটীত ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী।ৰাইজৰ সহযোগত সৰবৰাহকাৰীজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ২৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক ফয়জুল হক নামৰ সৰবৰাহকাৰীটো। ৰাইজে সৰবৰাহকাৰীটোক খুঁটাত বান্ধি
ডবকাৰ মিকিৰআটীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক


হোজাই, ১৩ মে (হি.স.)। ডবকাৰ মিকিৰআটীত ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী।ৰাইজৰ সহযোগত সৰবৰাহকাৰীজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ২৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক ফয়জুল হক নামৰ সৰবৰাহকাৰীটো।

ৰাইজে সৰবৰাহকাৰীটোক খুঁটাত বান্ধি খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ইতিমধ্যে সৰবৰাহকাৰীটোক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande