অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে তৎপৰ ডুমডুমা আৰক্ষী প্ৰশাসন
তিনিচুকীয়া, ১২ মে (হি.স.)। অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে তৎপৰ তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী প্ৰশাসন ৷ কঠোৰ নিৰাপত্তা ব্যৱস্থা ৷ বিগত কিছুদিনত ডুমডুমাত বৃদ্ধি পাইছিল অসামাজিক কাৰ্যকলাপ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত তৎপৰ হৈ পৰিছে ডুমডুমা সম-জিলা আৰক্ষী প্ৰ
অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে তৎপৰ ডুমডুমা আৰক্ষী প্ৰশাসন


তিনিচুকীয়া, ১২ মে (হি.স.)। অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে তৎপৰ তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী প্ৰশাসন ৷

কঠোৰ নিৰাপত্তা ব্যৱস্থা ৷ বিগত কিছুদিনত ডুমডুমাত বৃদ্ধি পাইছিল অসামাজিক কাৰ্যকলাপ ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত তৎপৰ হৈ পৰিছে ডুমডুমা সম-জিলা আৰক্ষী প্ৰশাসন ৷ নিশাৰ ভাগত ডুমডুমা নগৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বৃদ্ধি আৰক্ষীৰ তহল ৷ ডুমডুমা নগৰৰ প্ৰৱেশ পথসমূহত আৰক্ষী আৰু চি আৰ পি এফৰ তালাচী ৷ আগন্তুক দিনবোৰতো অব্যাহত থাকিব এনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ স্পষ্ট কৰিলে ডুমডুমা সম-জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত দত্ত আৰু ডুমডুমা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কুমাৰ বৰুৱাই ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande