দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীত্বৰ শপত ল’লে ড হিমন্ত বিশ্ব শৰ্মাই
গুৱাহাটী, ১২ মে’ (হি.স)। একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীত্বৰ শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাই । আজি দিনৰ ১১.৪৪ বজাত শপত ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

 rajesh pande