চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নগাঁও, ১২ মে (হি.স.)। চামগুৰিত কালি নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চামগুৰিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক এজন কথিত ড্ৰাগছ বেপাৰী। বাজীয়া গাঁৱৰ কলংপাৰৰ আলী হুছেইনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৩০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ জব্দ
চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


নগাঁও, ১২ মে (হি.স.)। চামগুৰিত কালি নিশা ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চামগুৰিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক এজন কথিত ড্ৰাগছ বেপাৰী।

বাজীয়া গাঁৱৰ কলংপাৰৰ আলী হুছেইনৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৩০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ জব্দ নগদ ধন । ঘটনাস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে আলী হুছেইন নামৰ ধৃত ব্যক্তিজনক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande