মঙলদৈ বাঘপৰী গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন খাই অসুস্থ শতাধিক শিশু
দৰং, ১১ মে (হি.স.)। মধ্যাহ্ন ভোজন খাই অসুস্থ হ''ল শতাধিক শিশু। খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ বিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰী। মঙলদৈ বাঘপৰী গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত উক্ত ঘটনা সংঘটিত হৈছে। বিদ্যালয় খনৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে দুপৰীয়াৰ মধ্যাহ্ন ভ
মঙলদৈ বাঘপৰী গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন খাই অসুস্থ শতাধিক শিশু


দৰং, ১১ মে (হি.স.)। মধ্যাহ্ন ভোজন খাই অসুস্থ হ'ল শতাধিক শিশু। খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ বিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰী।

মঙলদৈ বাঘপৰী গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত উক্ত ঘটনা সংঘটিত হৈছে। বিদ্যালয় খনৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে দুপৰীয়াৰ মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছতে অসুস্থ হৈ পৰে শতাধিক ছাত্ৰ ছাত্ৰী।

শিক্ষাৰ্থী সকলৰ আজি দুপৰীয়া কনী, দালি, পানী লাউৰ তৰকাৰীৰ সৈতে দুপৰীয়া ভোজন দিছিল বিদ্যালয় কতৃপক্ষই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande