চাপৰ পৌৰসভাৰ বিভিন্ন এলেকাত কৌটিটকাৰে স্থাপন কৰা কেবাটাও মাষ্ট লাইট বিকল
ধুবুৰী, ১১ মে (হি.স.)। চাপৰ পৌৰসভাৰ বিভিন্ন এলেকাত কৌটিটকাৰে স্থাপন কৰা কেবাটাও মাষ্ট লাইট বিকল। কানসাৰ নাই বিভাগীয় কতৃপক্ষৰ। প্ৰায় দুই বছৰ পূৰ্বে চাপৰ পৌৰসভাৰ এলেকাত স্থাপন কৰিছিল প্ৰায় ১৫-১৬ টা হাই মাষ্ট লাইট। কিন্তু স্থাপনৰ কিছু মাহ পিছৰ পৰ
চাপৰ পৌৰসভাৰ বিভিন্ন এলেকাত কৌটিটকাৰে স্থাপন কৰা কেবাটাও মাষ্ট লাইট বিকল


ধুবুৰী, ১১ মে (হি.স.)। চাপৰ পৌৰসভাৰ বিভিন্ন এলেকাত কৌটিটকাৰে স্থাপন কৰা কেবাটাও মাষ্ট লাইট বিকল। কানসাৰ নাই বিভাগীয় কতৃপক্ষৰ। প্ৰায় দুই বছৰ পূৰ্বে চাপৰ পৌৰসভাৰ এলেকাত স্থাপন কৰিছিল প্ৰায় ১৫-১৬ টা হাই মাষ্ট লাইট।

কিন্তু স্থাপনৰ কিছু মাহ পিছৰ পৰাই বিকল হৈ পৰে লাইট সমূহ। মেৰামতিৰ বাবে কোনো ধৰণৰ ভ্ৰুক্ষেপ নাই বিভাগীয় কতৃপক্ষৰ। চৰকাৰী ধনৰ একপ্ৰকাৰ অপব্যৱহাৰ কৰা যেন অনুভৱ হৈছে দল সংগঠনৰ। অতি সোনকালে লাইট সমূহ মেৰামতি কৰিবলৈ দাবী জনায় স্থানীয় দল সংগঠনে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande