বকোৰ বাহজানী তিতাৰপামত দুৰ্ঘটনাত নিহত যুৱক
কামৰূপ, ১১ মে’ (হি.স.)। কামৰূপ জিলাৰ বকোৰ বাহজানী তিতাৰপামত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন যুৱকৰ মৃত্য়ু হয়। জানিব পৰামতে, তীব্ৰবেগ অহা বাইক এখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা মাৰে । ইয়াৰ ফলত দুৰ্ঘটনাত নিহত হয়
বকোৰ বাহজানী তিতাৰপামত দুৰ্ঘটনাত নিহত যুৱক


কামৰূপ, ১১ মে’ (হি.স.)। কামৰূপ জিলাৰ বকোৰ বাহজানী তিতাৰপামত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন যুৱকৰ মৃত্য়ু হয়।

জানিব পৰামতে, তীব্ৰবেগ অহা বাইক এখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা মাৰে । ইয়াৰ ফলত দুৰ্ঘটনাত নিহত হয় বাইক আৰোহী মনদ্বীপ বড়ো (২২) নামৰ যুৱকজন । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱকজনক ততালিকে হাস্পাতাললৈ লৈ যোৱা হয়। চিকিৎসালয়ত চিকিৎসকে দুৰ্ঘটনাত পতিত মনদ্বীপ বড়োক মৃত ঘোষণা কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande