ধুবুৰী আঠানীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত তিনিটা চোৰাং গৰু জব্দ
ধুবুৰী, ০১ মে (হি.স.)। ধুবুৰী আঠানীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন খবৰৰ ভিত্তিত আঠানী আৰক্ষীৰ অভিযানত তিনিটাকৈ চোৰাং গৰু জব্দ। টিপকাই নদীৰ আণ্ডামাৰী পাৰঘাটৰ পৰা জব্দ চোৰাং গৰু তিনিটা। নদী পথৰে চোৰাং গৰু
ধুবুৰী আঠানীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত তিনিটা চোৰাং গৰু জব্দ


ধুবুৰী, ০১ মে (হি.স.)। ধুবুৰী আঠানীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন খবৰৰ ভিত্তিত আঠানী আৰক্ষীৰ অভিযানত তিনিটাকৈ চোৰাং গৰু জব্দ। টিপকাই নদীৰ আণ্ডামাৰী পাৰঘাটৰ পৰা জব্দ চোৰাং গৰু তিনিটা। নদী পথৰে চোৰাং গৰু তিনিটা সৰবৰাহৰ চেষ্টা চোৰাং গো-বেপাৰীৰ।

আৰক্ষী অহাৰ উমান পাই পলাই যায় চোৰাং গৰু বেপাৰী। চোৰাং গৰু তিনিটা জব্দ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ ।দিৰ্ঘ দিনৰ পৰা উক্ত অঞ্চলত গৰুৰ চোৰাং সৰবৰাহ অব্য়াহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande