ৰাতিপুৱাই জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
গুৱাহাটী, ০১ মে'' (হি.স.)। ৰাতিপুৱাই জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। আহিবলগীয়া অসমীয়া ছবি বাৰুদ ২ ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণৰ জুবিন গাৰ্গৰ আশীৰ্বাদ ললে পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰত অনুৰাগীৰ কণ্ঠত গীত শুনি
ৰাতিপুৱাই জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ


গুৱাহাটী, ০১ মে' (হি.স.)। ৰাতিপুৱাই জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ।

আহিবলগীয়া অসমীয়া ছবি বাৰুদ ২ ৰ দৃশ্যগ্ৰহণৰ বাবে যোৰহাটলৈ যোৱাৰ পথত প্ৰাণৰ জুবিন গাৰ্গৰ আশীৰ্বাদ ললে পত্নী গৰিমা শইকীয়া গাৰ্গে।

জুবিন ক্ষেত্ৰত অনুৰাগীৰ কণ্ঠত গীত শুনি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ।

ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা আছে বুলি মন্তব্য কৰি অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা হওঁক বুলি মন্তব্য পত্নী গৰিমা শইকীয়া গাৰ্গৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande