
বৰপেটা, ০৯ এপ্ৰিল (হি.স.)। ২১ নং ভবানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভোটদান । ২১নং বজালী বিধানসভা সমষ্টিৰ কংগ্ৰেছ মিত্ৰোজোটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ভোট প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে |
বিৰোধী ঐক্যমঞ্চৰ সপক্ষে অসম সুৰক্ষাৰ স্বাৰ্থত ভোটাৰে ভোট প্ৰদান কৰিছে বুলি মন্তব্য কৰিলে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা