কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত শান্তিপুৰ্ণৰে ভোটদান হাৰ এই মুহূৰ্তত ৫৯.৫৮ শতাংশ
কোকৰাঝাৰ, ০৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত শান্তিপুৰ্ণৰে ভোটদান হাৰ এই মুহূৰ্তত ৫৯.৫৮ শতাংশ। ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নৱগঠিত সমষ্টি পৰ্বতঝোৰা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী ডঃ ৰেজাউল কৰিমৰ । পৰ্বতঝোৰা সমষ্টিত মুল যুঁজ এন ডি
কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত শান্তিপুৰ্ণৰে ভোটদান হাৰ এই মুহূৰ্তত ৫৯.৫৮ শতাংশ


কোকৰাঝাৰ, ০৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত শান্তিপুৰ্ণৰে ভোটদান হাৰ এই মুহূৰ্তত ৫৯.৫৮ শতাংশ। ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নৱগঠিত সমষ্টি পৰ্বতঝোৰা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী ডঃ ৰেজাউল কৰিমৰ । পৰ্বতঝোৰা সমষ্টিত মুল যুঁজ এন ডি এৰ প্ৰাৰ্থী ডঃ ৰেজাউল কৰিম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আশ্ৰাফুল ইছলাম শ্বেখৰ মাজত।

কিন্তু এন ডি এৰ প্ৰাৰ্থীৰ জয়ী হ'ব সেইটো নিশ্চিত বুলি দাবী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande