জোনাই বিধানসভা সমষ্টিত তিনি ভোটাৰক ভোট প্ৰদানত বাধা একাংশ স্থানীয় ৰাইজৰ
ধেমাজী, ০৯ এপ্ৰিল (হি.স.)। জোনাই বিধানসভা সমষ্টিত তিনি ভোটাৰক ভোট প্ৰদানত বাধা একাংশ স্থানীয় ৰাইজৰ। বাহিৰ জোনাই প্ৰাথমিক বিদ্য়ালয় কোঠা নং ২ ,ভোট কেন্দ্ৰ -১৫ত সংঘটিত হৈছে উক্ত ঘটনাটো। স্থানীয় আৰক্ষী সংবাদ মাধ্য়মক জানিব দিয়া অনুসৰি কবু চাপৰিৰ উচ্ছেদি
জোনাই বিধানসভা সমষ্টিত তিনি ভোটাৰক ভোট প্ৰদানত বাধা একাংশ স্থানীয় ৰাইজৰ


ধেমাজী, ০৯ এপ্ৰিল (হি.স.)। জোনাই বিধানসভা সমষ্টিত তিনি ভোটাৰক ভোট প্ৰদানত বাধা একাংশ স্থানীয় ৰাইজৰ। বাহিৰ জোনাই প্ৰাথমিক বিদ্য়ালয় কোঠা নং ২ ,ভোট কেন্দ্ৰ -১৫ত সংঘটিত হৈছে উক্ত ঘটনাটো। স্থানীয় আৰক্ষী সংবাদ মাধ্য়মক জানিব দিয়া অনুসৰি কবু চাপৰিৰ উচ্ছেদিত নৰবাহাদূৰ দৰ্জী, অম্বিকা থাপা আৰু মিনা কুমাৰী মগৰক অঞ্চলটোৰ একাংশ লোকে ভোট প্ৰদানত বাধা দিয়াৰ গুৰুতৰ অভিযোগ আহিছে।

ভূক্তভোগী সকলে জোনাইৰ ডেকাপামকে ধৰি বিভিন্ন অঞ্চলৰ পৰা পুৱাই কেন্দ্ৰত উপস্থিত হৈছিল বুলি জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande