পূৱ গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদ আলমৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত
গোৱালপাৰা, ০৯ এপ্ৰিল (হি.স.)। পূৱ গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদ আলমে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিয়ে উৎফল্লিত হৈ পৰা দেখা যায়। ভোট কেন্দ্ৰৰ পৰা ওলাই আহিয়ে তৃতীয় বাৰৰ বাৱে জয় নিশ্চিত বুলি কয় সাংবাদিকৰ আগত। লগতে দিশপুৰতো কংগ্ৰেছ চৰকাৰ হব বুলিও
পূৱ গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদ আলমৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত


গোৱালপাৰা, ০৯ এপ্ৰিল (হি.স.)। পূৱ গোৱালপাৰাৰ কংগ্ৰেছ প্ৰাৰ্থী এ কে ৰশিদ আলমে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিয়ে উৎফল্লিত হৈ পৰা দেখা যায়। ভোট কেন্দ্ৰৰ পৰা ওলাই আহিয়ে তৃতীয় বাৰৰ বাৱে জয় নিশ্চিত বুলি কয় সাংবাদিকৰ আগত। লগতে দিশপুৰতো কংগ্ৰেছ চৰকাৰ হব বুলিও দৃঢ়তাৰে কয়।

সমষ্টিৰ ভোট কেন্দ্ৰ সমুহ পৰিদৰ্শন কৰি কংগ্ৰেছ প্ৰাৰ্থী আলমে কয় যে এইবেলি ভোটদানৰ হাৰ বহু বেছি হব। সকলোৱে স্বতস্ফূৰ্ত ভাৱে ওলাই আহিছে ভোট দিবলৈ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande