কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী, পত্নী তথা কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী শিউলী মহিলাৰীৰ ভোটদান
কোকৰাঝাৰ, ০৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী শিউলী মহিলাৰীৰ ভোটদান ।দেৱৰগাঁও হাইস্কুলৰ ১০৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা প্ৰাৰ্থী শিউলী ম
কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী শিউলী মহিলাৰীৰ ভোটদান ।


কোকৰাঝাৰ, ০৯ এপ্ৰিল (হি.স.)। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী শিউলী মহিলাৰীৰ ভোটদান ।দেৱৰগাঁও হাইস্কুলৰ ১০৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ পত্নী তথা প্ৰাৰ্থী শিউলী মহিলাৰীয়ে । ভোটদানৰ অন্তত সংবাদমাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীৰ মন্তব্য।বিটিচিৰ ১৫ টা সমষ্টিৰ ভিতৰত ১৫ টা সমষ্টিয়ে লাভ কৰিব এনডিএই । চৰকাৰ এনডিএৰে হ'ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব । এনডিৰ চৰকাৰ হোৱাটো এশ শতাংশ নিশ্চিত ৷আনহাতে শিউলী মহিলাৰীয়ে কোকৰাঝাৰ সমষ্টিৰ পৰা তেওঁৰ জয়ী হোৱাটো নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰে ৷ লগতে জয়ী হোৱাৰ পিছত মন্ত্ৰিত্ব বিচাৰিব বুলিও কয় কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী তথা হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande