শিৱসাগৰত আম আদমি পাৰ্টিৰ তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰ
শিৱসাগৰ, ০৭ এপ্ৰিল (হি.স.)। শিৱসাগৰত আম আদমি পাৰ্টিৰ তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰ৷ শিৱসাগৰ সমষ্টিত এইবাৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে তপন গগৈয়ে। ৯৬নং শিৱসাগৰ সমষ্টিত শিৱসাগৰ উন্নয়নৰ শ্লোগান লৈ অৱৰ্তীৰ্ন হৈছে আম আদমি পাৰ্টিৰ যুৱ
শিৱসাগৰত আম আদমি পাৰ্টিৰ তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰ


শিৱসাগৰ, ০৭ এপ্ৰিল (হি.স.)। শিৱসাগৰত আম আদমি পাৰ্টিৰ তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰ৷ শিৱসাগৰ সমষ্টিত এইবাৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছে তপন গগৈয়ে। ৯৬নং শিৱসাগৰ সমষ্টিত শিৱসাগৰ উন্নয়নৰ শ্লোগান লৈ অৱৰ্তীৰ্ন হৈছে আম আদমি পাৰ্টিৰ যুৱ নেতা তপন গগৈয়ে।

কেইবাজনো হেভি ৱেইট প্ৰাৰ্থী থকাৰ পিছতো আত্ম বিশ্বাসী তপন গগৈ। দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ আপৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দিতা আগ বঢ়াইছে তপন গগৈয়ে। শিৱসাগৰ সমষ্টিৰ ৰাইজে উক্ত নিৰ্বাচনত সহায় কৰিব বুলি আশাবাদী তপন গগৈ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande