দেৰগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ বিশাল ৰেলী
গোলাঘাট, ০৭ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ বিশাল ৰেলী । শ শ বাইক - গাড়ীৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ । দেৰগাঁও নগৰৰ পৰা উলিওৱা হৈছে বৃহৎ সমদল । বিৰোধী ঐক্যৰ শক্তিশালী প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত ওলাই আহিছে হেজাৰ হ
দেৰগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ বিশাল ৰেলী


গোলাঘাট, ০৭ এপ্ৰিল (হি.স.)। দেৰগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ বিশাল ৰেলী । শ শ বাইক - গাড়ীৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ । দেৰগাঁও নগৰৰ পৰা উলিওৱা হৈছে বৃহৎ সমদল । বিৰোধী ঐক্যৰ শক্তিশালী প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত ওলাই আহিছে হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মী। এইবাৰ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ টিকটত প্ৰতিদণ্ডিতা কৰিব ওলাইছে প্ৰাৰ্থী গৰাকী।

দেৰগাঁওবাসী আশিস লৈ এইবাৰ বিজয় ধ্বজা উৰুৱাব বুলি আশাবাদী সাগৰিকা বৰা ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande