
শিৱসাগৰ, ০৬ এপ্ৰিল (হি.স.)। শিৱসাগৰত প্ৰদীপ হাজৰিকাৰ বিশাল ৰেলী। এন ডি এ ৰ সমৰ্থিত প্ৰাৰ্থী শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে প্ৰদীপ হাজৰিকাৰ ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গনৰ পৰা নগৰৰ মাজমজিয়াইদি শিৱদৌলৰ সন্মুখলৈ বিশাল ৰেলী।
অসম গণ পৰিষদ, অসম যুৱ পৰিষদ সকলো ওলাই আহিছে ৰাজপথলৈ বিশাল সমদল প্ৰদীপ হাজৰিকাৰ। শক্তি প্ৰদৰ্শন প্ৰদীপ হাজৰিকাৰ শিৱসাগৰত বিৰোধী ঐক্যৰ ভেটি কঁপাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু