শিৱসাগৰত অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী
শিৱসাগৰ , ০৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী। আজি হাতীঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অ
শিৱসাগৰত অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী


শিৱসাগৰ , ০৬ এপ্ৰিল (হি.স.)। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈৰ হৈ বৃহৎ মটৰচাইকেল ৰেলী।

আজি হাতীঘূলি পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত মটৰচাইকেল ৰেলী ত শিৱসাগৰ সমষ্টিৰ শতাধিক জনতাই অংশগ্ৰহণ কৰে।

মটৰচাইকেল ৰেলীত গৌৰীসাগৰ ব্লক কংগ্ৰেছ, অসম জাতীয় পৰিষদৰ বিষয় ববীয়া সকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande