
কামৰূপ, ০৬ এপ্ৰিল (হি.স.)। হাজো-শুৱালকুছি সমষ্টিৰ চুকে-কোণে এন ডি এ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ।
কুলহাটীত ৰাইজৰ সৈতে নামঘৰত সেৱা ল'লে প্ৰকাশ চন্দ্ৰ দাসে।
পদযাত্ৰা,বাইক ৰেলীৰে ভোটাৰৰ মন আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ।
অসমৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প কোনো নাই - প্ৰকাশ চন্দ্ৰ দাস।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু