খোৱাঙত দলীয় সমৰ্থকৰ সৈতে গাঁৱে গাঁৱে পদযাত্ৰা কৰি লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ অভিযান
ডিব্ৰুগড়, ০৬ এপ্ৰিল (হি.স.)। খোৱাঙত দলীয় সমৰ্থকৰ সৈতে গাঁৱে গাঁৱে পদযাত্ৰা কৰি লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ অভিযান । খোৱাঙত অসম জাতীয় পৰিষদে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান । আজি অঃ জাঃ পঃ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে দলীয় সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে চলায়
খোৱাঙত দলীয় সমৰ্থকৰ সৈতে গাঁৱে গাঁৱে পদযাত্ৰা কৰি লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ অভিযান


ডিব্ৰুগড়, ০৬ এপ্ৰিল (হি.স.)। খোৱাঙত দলীয় সমৰ্থকৰ সৈতে গাঁৱে গাঁৱে পদযাত্ৰা কৰি লুৰীণজ্যোতি গগৈৰ প্ৰচাৰ অভিযান । খোৱাঙত অসম জাতীয় পৰিষদে তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান । আজি অঃ জাঃ পঃ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে দলীয় সমৰ্থকক লগত লৈ গাঁৱে গাঁৱে চলায় প্ৰচাৰ অভিযান । খোৱাং সমষ্টিৰ কেইবাটাও পঞ্চায়তত দলীয় কৰ্মীসকলে উলিওৱা পদযাত্ৰাত ভাগ লয় লুৰীণজ্যোতি গগৈয়ে ।

খোৱাং সমষ্টিত এইবাৰ বিৰোধী মিত্ৰ দলৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয় লাভ কৰিব বুলি আশা ব্যক্ত কৰে লুৰীণজ্যোতি গগৈয়ে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande