ডিমৰীয়াত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ
গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। ডিমৰীয়াত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ। অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ''বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি ডিমৰীয়া সমজিলা আৰক্ষীৰ ক্ষেত্ৰী আৰু সোণাপুৰ আৰক্ষীয়ে অঞ্চলটোত ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।
ডিমৰীয়াত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ


ডিমৰীয়াত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ


গুৱাহাটী, ০৬ এপ্ৰিল (হি.স.)। ডিমৰীয়াত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ।

অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক কেন্দ্ৰ কৰি ডিমৰীয়া সমজিলা আৰক্ষীৰ ক্ষেত্ৰী আৰু সোণাপুৰ আৰক্ষীয়ে অঞ্চলটোত ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটোত যাতে কোনো ধৰণৰ কূটঘাটমূলক কাৰ্য্য বা আইন শৃংখলা বিঘ্নিত কৰিব নোৱাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি আজি অসম আৰক্ষীৰ নিৰ্দেশনা অনুসৰি সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষীয়ে সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত নিৰ্বাচনী সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

ইফালে ক্ষেত্ৰী আৰু সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুয়োগৰাকীৰ তত্বাৱধানত বৃহৎ সংখ্যক আৰক্ষী,চিআৰপিএফ

অৰ্ধসামৰিক বাহিনীৰ লোকক লৈ সমগ্ৰ অঞ্চলত তহল দি কূটঘাতমুলক কাৰ্য্য ৰোধৰ তদাৰক কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande