গোৱালপাৰা পূৱত এ আই ইউ ডি এফ 'দলৰ বিশাল জনসভাত বদৰুদ্দিন আজমল
গোৱালপাৰা, ০৬ এপ্ৰিল (হি.স.)। গোৱালপাৰা পূৱত এ আই ইউ ডি এফ ''দলৰ বিশাল জনসভাত বদৰুদ্দিন আজমল । এ আই ইউ ডি এফ''ৰ মনোনীত প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমীৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ । মঞ্চ''ত বিজেপি গ'' বেগ, আব্দুৰ ৰছিদ মণ্ডল গ'' বেগ, আব্দুৰ ৰহ
গোৱালপাৰা পূৱত এ আই ইউ ডি এফ 'দলৰ বিশাল জনসভাত বদৰুদ্দিন আজমল


গোৱালপাৰা, ০৬ এপ্ৰিল (হি.স.)। গোৱালপাৰা পূৱত এ আই ইউ ডি এফ 'দলৰ বিশাল জনসভাত বদৰুদ্দিন আজমল । এ আই ইউ ডি এফ'ৰ মনোনীত প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমীৰ হৈ চলায় নিৰ্বাচনী প্ৰচাৰ । মঞ্চ'ত বিজেপি গ' বেগ, আব্দুৰ ৰছিদ মণ্ডল গ' বেগ, আব্দুৰ ৰহিম জিব্ৰান গ' বেগ, অগপ গ' বেগ, লুৰিণজ্যোতি গগৈ গ' বেগ, অখিল গগৈ গ' বেগ, এ কে ৰছিদ আলম গ' বেগ ধ্বনি দিয়ে প্ৰাক্তন সাংসদ তথা এ আই ইউ ডি এফ'ৰ সভাপতি বদৰুদ্দিন আজমলে ।

লগতে তেও কয় কংগ্ৰেছৰ জালাতে ভোট দিব তালাতে, বিজেপি'ৰ জালাতে ভোট দিব তালাতে বুলিও শ্লোগান দিয়ে আজমলে । সভাত দলৰ কাৰ্যকৰী সভাপতি ড০ আদিত্য লাংথাচা, সাধাৰণ সম্পাদক আব্দুল হাই উপস্থিত থাকি নিৰ্বাচনী বক্তব্য আগবঢ়ায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande