বাবু জগজীৱন ৰামৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ০৫ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামক তেওঁৰ জন্ম
प्रधानमंत्री नरेन्द्र मोदी की फाइल फोटो


নতুন দিল্লী, ০৫ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত লিখিছে, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰামক তেওঁৰ জন্ম বাৰ্ষিকীত শ শ প্ৰণাম! তেওঁ কল্যাণ আৰু সামাজিক ন্যায়ৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। দেশৰ প্ৰতি তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande