
নগাঁও, ০৫ এপ্ৰিল (হি.স.)। ধিঙৰ উধানতলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। গাড়ীৰ খুন্দাত শিশুৰ মৃত্যু। ধিঙৰ উধানতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গাড়ীৰ খুন্দাত এগৰাকী শিশুৰ মৃত্যু হৈছে। জানিব পৰা মতে, এএছ ০২ এএম ৯৪৯২ নম্বৰৰ গাড়ীৰ খুন্দাত সুহানা খাতুন নামৰ ছয় বছৰীয়া কন্য়া শিশুটোৰ মৃত্যু হয়।
উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলটো উত্তপ্ত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু