প্ৰধানমন্ত্ৰীৰ ইষ্টাৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ০৫ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক ইষ্টাৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, ইষ্টাৰৰ শুভেচ্ছা থাকিল! এই পবিত্ৰ দিনটো আশা আৰু নতুন জীৱনৰ উদযাপন। ই সকলোৰে জীৱনলৈ শান্তি, আনন্দ আৰু পোহৰ কঢ়িয়াই আনক। যীচু খ্ৰী
प्रधानमंत्री नरेंद्र मोदी की फाइल फोटो


নতুন দিল্লী, ০৫ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক ইষ্টাৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, ইষ্টাৰৰ শুভেচ্ছা থাকিল! এই পবিত্ৰ দিনটো আশা আৰু নতুন জীৱনৰ উদযাপন। ই সকলোৰে জীৱনলৈ শান্তি, আনন্দ আৰু পোহৰ কঢ়িয়াই আনক। যীচু খ্ৰীষ্টৰ শিক্ষাই সকলোকে দয়ালু হ'বলৈ আৰু সমাজত ঐক্যৰ আত্মাক শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰক।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande