চতিয়াত গ্ৰেপ্তাৰ তিনিজনকৈ গভাইত বাইক চোৰ
শোণিতপুৰ, ০৩এপ্ৰিল (হি.স.)। চতিয়াত গ্ৰেপ্তাৰ তিনিজনকৈ গভাইত বাইক চোৰ। চতিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিটাকৈ গভাইত বাইক চোৰক। দিৰ্ঘ দিনৰ পৰা অঞ্চলটোত বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আটক কৰা বাইক চোৰ কেইজনে। আটক হোৱা বাইক চোৰ কেইজন হ''ল
চতিয়াত গ্ৰেপ্তাৰ তিনিজনকৈ গভাইত বাইক চোৰ


শোণিতপুৰ, ০৩এপ্ৰিল (হি.স.)। চতিয়াত গ্ৰেপ্তাৰ তিনিজনকৈ গভাইত বাইক চোৰ। চতিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিটাকৈ গভাইত বাইক চোৰক। দিৰ্ঘ দিনৰ পৰা অঞ্চলটোত বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আটক কৰা বাইক চোৰ কেইজনে। আটক হোৱা বাইক চোৰ কেইজন হ'ল মকিবুৰ ৰহমান,ৰিয়াজুল ইছলাম আৰু ৰাহুল বৰা। চতিয়াৰ বালিজুৰিৰ পৰা এখন বাজাজ বাইক চুৰি কৰি নিয়াৰ ঘটনাৰ সৈতে জড়িত আছিল এই চোৰ কেইজন।

চতিয়া আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰ কেইজনক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande