পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেৱীতলাত বিপিএফ দলৰ হাই ভল্টেছ নিৰ্বাচনী সভা
কোকৰাঝাৰ, ০৩ এপ্ৰিল (হি.স.)। পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেৱীতলাত বিপিএফ দলৰ হাই ভল্টেছ বিশাল নিৰ্বাচনী সভা। ৫নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ড°ৰেজাউল কৰিমৰহৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিল
পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেৱীতলাত বিপিএফ দলৰ হাই ভল্টেছ নিৰ্বাচনী সভা


কোকৰাঝাৰ, ০৩ এপ্ৰিল (হি.স.)। পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দেৱীতলাত বিপিএফ দলৰ হাই ভল্টেছ বিশাল নিৰ্বাচনী সভা। ৫নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ড°ৰেজাউল কৰিমৰহৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীৰ ভাষণ প্রসংগ।বিপিএফ দলৰ প্ৰাৰ্থী ড°ৰেজাউল কৰিমক ভোট দি জয়যুক্ত কৰক পৰ্বতঝোৰা সকলো উন্নয়ন কৰি দিয়াৰ প্ৰতিশ্ৰুতি।

মুখ্যমন্ত্ৰী লগত মই বহু সভা কৰিছোঁ কতো মুছলমান গালি দিয়া নাই,মুঠতে বিটিচি সকলো একেই অকল উন্নয়ন কথা কৈছে মুখ্যমন্ত্ৰীয়ে।আমি এনডিএ আছোঁ কিন্তু বিটিচিত আমি অকলে আছোঁ। বেলেগ দলে ভাষণ দিব পাৰিব মোৰ বিশ্বাস পৰ্বতঝোৰা সমষ্টিত বিপিএফ জয় হব।পৰ্বতঝোৰা সমষ্টিৰ সকলো জনগোষ্টীৰ মানুহে উন্নয়ন আৰু শান্তিৰ বাবে বিপিএফক ভোট দিয়াৰ আহ্বান হাগ্ৰামা মহিলাৰী। পৰ্বতঝোৰাৰ ৰাস্তা ঘাটৰ উন্নয়ন এক বছৰত কৰি দিয়াৰ প্ৰতিশ্ৰুতি মহিলাৰীৰ। প্ৰমোদ বড়োৰ কথালৈ কাম কৰিলে আপুনি মৰিব যাব, এইবিলাকক বিশ্বাস কৰি কোনোবাই কাম কৰিলে এইবিলাক মৰি যাব। ওদালগুৰিত ইউপিপিএলৰ বাহন আক্ৰমণ সন্দৰ্ভত কয় যে এইবোৰ এক্সিডেণ্ট হৈ ভাঙিছে। দ্বীপেন বড়োক কটাক্ষ কৰি কয় যে আপোনালোকে বিচাৰে নেকি পূৰ্বৰ নিচিনা ইউপিপিএল অফিচৰ পৰা বিটিচি চলোৱা। বিগত পাঁচ বছৰে ইউপিপিএলে এবছু অফিচৰ পৰা চৰকাৰ চলাইছে। এবছু কেৱল বড়ো জনগোষ্ঠীৰ হৈ কাম কৰে আন জনগোষ্ঠীৰ হৈ নহয় সেই মানুহ আকৌ কোনোবাই ভোট দিব নেকি।

ইফালে ৫ নং পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী দিলীপ ৰয়ৰ বিপিএফক মুকুলি সমৰ্থন। হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফত আনুষ্ঠানিক ভাৱে যোগদান কৰি কয় যে মই ইয়াত জিকিব নোৱাৰিম সেয়ে হাগ্ৰামা মহিলাৰীৰ লগত আছোঁ আৰু ৰেয়াজল কৰিম মোৰ বন্ধু মানুহ মই তাৰ লগত আছো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande