ফকিৰগঞ্জৰ পৰা একেলগে নিৰুদ্দেশ হোৱা তিনি গৰাকী স্কুলীয়া ছাত্ৰী উদ্ধাৰ
মানকাচৰ, ২৯ এপ্ৰিল (হি.স.)। ফকিৰগঞ্জৰ পৰা একেলগে নিৰুদ্দেশ হোৱা তিনি গৰাকী স্কুলীয়া ছাত্ৰী উদ্ধাৰ। নিৰুদ্দেশ হোৱা তিনিগৰাকী স্কুলীয়া ছাত্ৰীক গুৱাহাটীৰপৰা ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।সোমবাৰে ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বালাটাৰী গাঁৱৰ পৰ
ফকিৰগঞ্জৰ পৰা একেলগে নিৰুদ্দেশ হোৱা তিনি গৰাকী স্কুলীয়া ছাত্ৰী উদ্ধাৰ


মানকাচৰ, ২৯ এপ্ৰিল (হি.স.)। ফকিৰগঞ্জৰ পৰা একেলগে নিৰুদ্দেশ হোৱা তিনি গৰাকী স্কুলীয়া ছাত্ৰী উদ্ধাৰ। নিৰুদ্দেশ হোৱা তিনিগৰাকী স্কুলীয়া ছাত্ৰীক গুৱাহাটীৰপৰা ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।সোমবাৰে ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বালাটাৰী গাঁৱৰ পৰা স্কুললৈ ওলাই গৈ একেলগে নিৰুদ্দেশ হৈছিল তিনি গৰাকী ছাত্ৰী।

নিৰুদ্দেশ হোৱা ছাত্ৰী তিনিগৰাকী ক্ৰমে মাকমুদা খাতুন,শাহনাছ পাৰবিন আৰু ছুমিয়া খাতুন। কি কাৰণত আৰু কোনে লৈ গৈছে কিশোৰী তিনি গৰাকীক এতিয়াও পোহৰলৈ অহা নাই।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

পিছত নিৰুদ্দেশ হোৱা কিশোৰী তিনিগৰাকীক পৰিয়ালৰ লোকক চমজাই দিয়া হয়। আৰক্ষীয়ে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ইতিমধ্যেই তৎপৰতা আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande