পৰ্বতঝোৰাৰ দলংঝোৰাত অগ্নিকাণ্ডৰ ঘটনা
কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.)। পৰ্বতঝোৰাৰ দলংঝোৰাত অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ গল এটা ৰবাৰ প্ৰস্তুত কৰা গৃহ। ৰবাৰ স্মক কৰিবলৈ দি ৰবাৰ খেতিয়ক জনে ঘৰত যোৱাৰ পিছতেই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । অগ্নি
পৰ্বতঝোৰাৰ দলংঝোৰাত অগ্নিকাণ্ডৰ ঘটনা


কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.)। পৰ্বতঝোৰাৰ দলংঝোৰাত অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত নিমিষতে জুইত জাহ গল এটা ৰবাৰ প্ৰস্তুত কৰা গৃহ।

ৰবাৰ স্মক কৰিবলৈ দি ৰবাৰ খেতিয়ক জনে ঘৰত যোৱাৰ পিছতেই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

অগ্নিকাণ্ডত প্ৰায় ৫-৬ লাখ টকাৰ ক্ষয় ক্ষতিৰ আকাংক্ষা কৰা হৈছে। অগ্নিকাণ্ডত ক্ষয় ক্ষতি হোৱা খেতিয়ক জনে আৰ্থিক সহায় বিচাৰি চৰকাৰৰ কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande