সোণাৰিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সন্ধানহীন
চৰাইদেউ, ২৮ এপ্ৰিল (হি.স.)। সোণাৰিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সন্ধানহীন। সোণাৰিৰ উজান লংপতীয়াৰ নিত্যা কোৱঁৰৰ পুত্ৰ তথা সোণাৰি বি পি বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী কেশৱ কোৱঁৰে যোৱা নি
সোণাৰিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থী সন্ধানহীন


চৰাইদেউ, ২৮ এপ্ৰিল (হি.স.)। সোণাৰিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সন্ধানহীন।

সোণাৰিৰ উজান লংপতীয়াৰ নিত্যা কোৱঁৰৰ পুত্ৰ তথা সোণাৰি বি পি বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী কেশৱ কোৱঁৰে যোৱা নিশাৰে পৰা সন্ধানহীন হৈ আছে। মিৰিপথাৰৰ দুমুখীয়া দলঙত ছাত্ৰ গৰাকীৰ চাইকেল জেকেট চেণ্ডেল উদ্ধাৰ হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande