বাক্সাত হাতীৰ আক্ৰমণত এজন আহত
বাক্সা, ২৮ এপ্ৰিল (হি.স.)। বাক্সাত হাতীৰ আক্ৰমণত আহত এজন।আহত লোকজন নিৰঞ্জন বসুমতাৰী (৪৮)।নিৰঞ্জন দাসৰ ঘৰ বাক্সাৰ নতুন দৈলাজানত বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি পাহাৰৰ গাতে লাগি থকা নতুন পামখনৰ পৰা চাইকেলৰে দৈলাজানৰ পুৰণি ঘৰলৈ উভতি অহা পথত
বাক্সাত হাতীৰ আক্ৰমণত এজন আহত


বাক্সা, ২৮ এপ্ৰিল (হি.স.)। বাক্সাত হাতীৰ আক্ৰমণত আহত এজন।আহত লোকজন নিৰঞ্জন বসুমতাৰী (৪৮)।নিৰঞ্জন দাসৰ ঘৰ বাক্সাৰ নতুন দৈলাজানত বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি পাহাৰৰ গাতে লাগি থকা নতুন পামখনৰ পৰা চাইকেলৰে দৈলাজানৰ পুৰণি ঘৰলৈ উভতি অহা পথত হাতীটোৰ মুখামুখি হয় আৰু আক্ৰমণ কৰে হাতীটোৱে।ইতিমধ্যে আহত লোকজনক উন্নত চিকিৎসাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande