
ধুবুৰী, ২৭ এপ্ৰিল (হি.স.)। তামাৰহাটৰ মধ্যপেটলাত চাঞ্চল্যকৰ ঘটনা । স্বামীৰ দাৰ ঘাপত গুৰুতৰ ভাবে আহত পত্নী।আক্ৰমণকাৰী স্বামীৰ নাম নীপেন দাস ।ভুক্তভোীগী মহিলা গৰাকীৰ নাম ফুলমতী দাস ।
মুমূৰ্শ অৱস্থাত উদ্ধাৰ কৰি স্থানীয় ৰাইজে মহিলা গৰাকীক ভৰ্তি কৰায় তামাৰহাট প্ৰাথমিক চিকিৎসালত । সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে পত্নী ফুলমতী দাসক ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ ।পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা হোৱাৰ সন্দেহ।ঘটনা সংঘটিত কৰি পলায়ন কৰে স্বামী নিপেন দাসৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ