নগাঁৱৰ খাটোৱাল আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান
নগাঁৱৰ খাটোৱাল আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান।
নগাঁৱৰ খাটোৱাল আৰক্ষীৰ জুৱা খেলৰ বিৰুদ্ধে অভিযান


নগাঁও, ২৭ এপ্ৰিল (হি.স.): নগাঁৱৰ খাটোৱাল আৰক্ষীয়ে যোৱা কালি দেওবাৰে সন্ধিয়া জুৱা খেলৰ বিৰুদ্ধে অভিযান। খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত চাৰে তিনি আলিত অভিযান চলাই আটক কৰে সাত জনকৈ লোকক। আটক হোৱা লোক কেইজনৰ নাম ক্ৰমে ছাদ্দাম হুছেইন, আনুৱাৰ হুছেইন, ইদ্ৰিছ আলী, জীয়াৰুল ইছলাম, মতিবুৰ ৰহমান, ৰাইহান উদ্দিন, জহিৰুল ইছলাম।অভিযান কালত খাটোৱাল আৰক্ষীয়ে জব্দ কৰিছে ১৮ হাজাৰ নগদ ধন সহ জব্দ ৬ টা মোবাইল ফোন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande