নাজিৰা লক্ষীম পুখুৰীৰ এজন ব্যক্তি সন্ধানহীন
শিৱসাগৰ, ২৭ এপ্ৰিল (হি.স.)। নাজিৰা লক্ষীম পুখুৰীৰ এজন ব্যক্তি সন্ধানহীন। ৰাজীৱ হাজৰিকা নামৰ এজন ব্যক্তিজন যোৱা নিশাৰ পৰা সন্ধানহীন হৈ আছে। নিজ বাসগৃহৰ পৰাই নিৰুদ্দেশ ব্যক্তিজন। কোনো শুংসূত্ৰ পোৱা নাই পৰিয়াল বৰ্গই। স্থানীয় ভাবে বাবাতি বুলি পৰিচি
নাজিৰা লক্ষীম পুখুৰীৰ এজন ব্যক্তি সন্ধানহীন


শিৱসাগৰ, ২৭ এপ্ৰিল (হি.স.)। নাজিৰা লক্ষীম পুখুৰীৰ এজন ব্যক্তি সন্ধানহীন। ৰাজীৱ হাজৰিকা নামৰ এজন ব্যক্তিজন যোৱা নিশাৰ পৰা সন্ধানহীন হৈ আছে। নিজ বাসগৃহৰ পৰাই নিৰুদ্দেশ ব্যক্তিজন। কোনো শুংসূত্ৰ পোৱা নাই পৰিয়াল বৰ্গই।

স্থানীয় ভাবে বাবাতি বুলি পৰিচিত 40 বছৰীয়া ব্যক্তিজনে নিশাৰ সময়ত বাহিৰলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে। নীলা ৰঙৰ জিনচ পেণ্ট আৰু স্পৰ্টিং পিন্ধি আছিল ব্যক্তিজনে। প্ৰায় 5 ফুট 10 ইঞ্চি উচ্চতাৰ ব্যক্তিগৰাকীৰ গাৰ বৰণ বগা। কোনো লোকে সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 8822767534 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande