
গোলাঘাট, ২৭ এপ্ৰিল (হি.স.)। কংগ্ৰেছৰ বিৰুদ্ধে গোলাঘাটত বিজেপি মহিলা মৰ্চাৰ প্ৰতিবাদ ৷
লোকসভাত মহিলা সংৰক্ষন বিলৰ বিৰোধীতা কৰা কংগ্ৰেছ আৰু সহযোগী দল সমুহে দেশৰ মহিলা সকলক অপমান কৰা বুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ মহিলা ৩৩ শতাংশ আসন সংৰক্ষন বিৰোধীতা কৰা কংগ্ৰেছৰ হাতত সুৰক্ষিত নহয় মহিলা ৷ গোলঘাট বিজেপি মহিলা মৰ্চাৰ উদ্যোগত শতাধিক মহিলাই হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা