গোসাইগাঁওত হাতীৰ মুক্ত বিচৰণ
কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। গোসাইগাঁওত হাতীৰ মুক্ত বিচৰণ।আজি পুৱতি নিশা বনাঞ্চলৰ পৰা ওলাই আহি গোসাইগাৱ চহৰত প্ৰৱেশ কৰে এটা দতাল হাতী।ৰাইজৰ মাজত তীব্ৰ আতংক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহাৰ সন্দেহ। পুৱাই গোসাঁইগাৱৰ শিলপুৰত হাতীটোৱে পথাৰত মুক্
গোসাইগাঁওত হাতীৰ মুক্ত বিচৰণ


কোকৰাঝাৰ, ২৭ এপ্ৰিল (হি.স.)। গোসাইগাঁওত হাতীৰ মুক্ত বিচৰণ।আজি পুৱতি নিশা বনাঞ্চলৰ পৰা ওলাই আহি গোসাইগাৱ চহৰত প্ৰৱেশ কৰে এটা দতাল হাতী।ৰাইজৰ মাজত তীব্ৰ আতংক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহাৰ সন্দেহ।

পুৱাই গোসাঁইগাৱৰ শিলপুৰত হাতীটোৱে পথাৰত মুক্ত বিচৰণ কৰাত অঞ্চলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। হাতীটোৱে বৰ্তমান গুমা বনাঞ্চলত প্ৰৱেশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande