জামুগুৰিহাটৰ টুপিয়াত প্ৰকাণ্ড চকৰী ফেঁটি উদ্ধাৰ
শোণিতপুৰ, ২৬ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ টুপিয়াত প্ৰকাণ্ড চকৰী ফেঁটি উদ্ধাৰ। টুপিয়াত এজন ব্যক্তিৰ গোহালী ঘৰৰ কাষৰ এখন জালত আবদ্ধ হৈ থকা এডাল প্ৰকাণ্ড চকৰী ফেটি সাপ উদ্ধাৰ কৰা হৈছে। মানৱ অসম নামৰ যুৱ সাংবাদিক গৰাকীয়ে উদ্ধাৰ কৰে সাপ দাল। পিছ
জামুগুৰিহাটৰ টুপিয়াত প্ৰকাণ্ড চকৰী ফেঁটি উদ্ধাৰ


শোণিতপুৰ, ২৬ এপ্ৰিল (হি.স.)। জামুগুৰিহাটৰ টুপিয়াত প্ৰকাণ্ড চকৰী ফেঁটি উদ্ধাৰ। টুপিয়াত এজন ব্যক্তিৰ গোহালী ঘৰৰ কাষৰ এখন জালত আবদ্ধ হৈ থকা এডাল প্ৰকাণ্ড চকৰী ফেটি সাপ উদ্ধাৰ কৰা হৈছে।

মানৱ অসম নামৰ যুৱ সাংবাদিক গৰাকীয়ে উদ্ধাৰ কৰে সাপ দাল। পিছত চকৰী ফেটি সাপ দাল মোকলাই দিয়া হয় কাজিৰঙাৰ ষষ্ঠ সংযোজনত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande