সোমবাৰে অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি
নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ২৭-২৮ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব । উপ-ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ২৭ এপ্ৰিলত বিশাখাপট্টনমত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত অংশ
उपराष्ट्रपति सीपी राधाकृष्णन (फाइल फोटो)


নতুন দিল্লী, ২৬ এপ্ৰিল (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে ২৭-২৮ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব ।

উপ-ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ২৭ এপ্ৰিলত বিশাখাপট্টনমত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande